Recollection

সাংস্কৃতিক ৰক্ষণশীলতাই আনে অস্বস্তি

||মনিকুন্তলা ভট্টাচার্য|| সৰ্পৰ দৰে নিজস্ব স্বকীয়তা বজাই ৰাখি সংস্কৃতিয়েও মোট সলোৱাৰ প্ৰয়োজন আছে। আজি ভাৰতৰ অন্যান্য প্রদেশৰ তুলনাত অসম বহুক্ষেত্ৰত পিছপৰি ৰৈছে। পিছপৰি ৰৈছে অসমীয়া সমাজো। তাৰ এক কাৰণ হৈছে আমাৰ ৰক্ষণশীল মনোভাব। সিদিনা এঠাইলৈ গৈছোঁ, পৰিয়ালটো শিক্ষা-দীক্ষাত যথেষ্ট আগবঢ়া।…

পাশ্চাত্যৰ-যুৱ-সমাজ

||ডঃ অনুপম শইকীয়া|| ছাত্রাবস্থাত আমি সাত বছৰ কাল ইংলেণ্ডত আৰু তাৰ পৰৱর্তী পর্যায়ৰ কর্মজীবনত ফ্রান্সত এবছৰ আৰু কানাডাত আঢ়ৈ বছৰ কাল অতিবাহিত কৰিছিলোঁ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্র, ইটালী আৰু স্পেইনতো এমাহকৈ কটোৱাৰ অভিজ্ঞতা হৈছিল। সেই সময়ছোৱাত পাশ্চাতাৰ যুৱ জীবন, বিশেষকৈ ছাত্র…

কলেজত সফলতাৰে প্ৰৱেশৰ প্রস্তুতি

 ||আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰামৰ্শাৱলী|| যিদৰে প্ৰস্তুতি অবিহনে জীৱনত কোনো কাম কৰা সম্ভৱ নহয়, সেইদৰে কলেজত প্ৰথমবাৰৰ বাবে ভৰি দিয়াৰ বাবেও প্রয়োজন প্ৰস্তুতিৰ। ছাত্র-ছাত্রীসকলে বহু আগতীয়াকৈ কলেজৰ বাবে নিজকে প্রস্তুত কৰি তুলিবলৈও প্রস্তুতি আৰম্ভ কৰা উচিত। কলেজলৈ যাবলৈ সময় আছে, হ’ব…

পাইনৰ দেশ কানৈ কলেজ এৰি আহিলোঁ নাহৰ গছে আৱৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ

||টুনুজ্যোতি গগৈ|| জ্ঞান হ’বৰ দিনৰ পৰা যিখন ঐতিহাসিক, অভিজাত কলেজৰ নামটোৰ সৈতে উজনি অসমৰ বহু ব্যক্তিৰ দৰে আমাৰো আৱেগ, সপোন, গৌৰৱ জড়িত হৈ আছে আৰু নিঃসন্দেহে ভবিষ্যতলৈও থাকিব, সেইখন কলেজৰ বিষয়ে কোনটো কথা লিখোঁ? সৰুৰে পৰা কানৈ কলেজত পঢ়াৰ সপোনৰ…